বেগম আছমা খাতুনৰ বিষয়ে

বেগম আছমা খাতুন, বংগমূলীয় অসমীয়া মুছলমান সমাজৰ পৰা উঠি অহা এগৰাকী নতুন প্ৰজন্মৰ লেখক। ৰাজনীতি বিজ্ঞানৰ স্নাতক আছমাৰ সাহিত্যৰ প্ৰতিটো ক্ষেত্ৰতে বিচৰণ কৰাৰ প্ৰয়াস এক যোগাত্মক দিশ। ‘পাহাৰ কাটি সূৰ্য্য বিচৰা হাত দুখন’ গ্ৰন্থাকাৰে প্ৰকাশ পোৱা আছমাৰ প্ৰথম কাব্যগ্ৰন্থ। ইতিমধ্যে পাঠক ৰাইজৰ ব্যপক সঁহাৰিও লাভ কৰিছে গ্ৰন্থখনে। অসমৰ আগশাৰীৰ কেইবাখনো বাতৰি কাকততো নিয়ামীয়াভাৱেই লেখ-মেলা কৰি আছে আছমা। তদুপৰি অসমৰ বিভিন্ন প্ৰান্তীয় অঞ্চলৰ পৰা প্ৰকাশ পোৱা বিভিন্ন আলোচনী-কাকত আদিতো আছমাৰ লেখা প্ৰকাশ পাই আহিছে।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)