mango chutneyআমৰ চাটনি



উপকৰণ-কেঁ‌চা আম দুটা
ইলাইচি দুটা
১কাপ চেনি
হালধি এচিকুট
নিমখ আন্দাজমতে
১ চামুচ নেমুৰ ৰস
১চামুচ আদাৰ ৰস
সৰিয়হ ফোৰন দিবৰ জোখমতে১-২ চামুচ তেল
প্ৰণালী- প্ৰথমে আম দুটা কাটি মিক্সিত পিহি লব।এটা কেৰাহীত তেলি গৰম কৰিব,তেল গৰম হোৱাত সৰিয়হ ফোৰন দিব।আমৰ পেষ্ট ঢালি দি তাত যোখমতে নিমখ,চেনি,হালধি এচুকুট ,আদাৰ ৰস দিব।সকলো মিক্স কৰি দিব।এলাইচি দি লো ফ্লেমত কিছুসময় ৰাখি হোৱাৰ আগে আগে নেমুৰ ৰস দিব।কিছুসময় লৰাইচৰাই নমাই দিব।আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব।
https://youtu.be/H4_yo_4EWpo


Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)