সুস্থ চিন্তা

১)কাৰোবাক আপোন বুলি ইমানো আপোন নকৰিব যে তেওঁ গুছি গ'লে আপোনাৰ মৃত্যুৰ কামনা কৰিব লাগে ।
2) আপুনি কাৰোবাক ভাল পায় হৃদয়ৰ পৰা পাই থাকক কিন্তু কাৰোবাৰ ভালপোৱা পাবলৈ জোৰ কৰি নিজৰ আত্মসন্মান নষ্ট নকৰিব ।
3) আপোনাক অৱহেলা কৰি থকাজনক বাৰে বাৰে আকোঁৱালি ল'বলৈ নাযাব নহলে নিজৰ অস্তিত্ব হেৰাই পেলাব।.
4) প্ৰত্যেকজন স্ত্ৰী বিয়াৰ এক দুই বছৰ পিছত প্ৰাক্তন হৈ পৰে কাৰণ তাৰ হৃদয়ত আন কোনোবাহে বাস কৰে ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু