সুধা- মৃত্যু

           সুধা- মৃত্যু

স্পন্দনহীন এক চহৰত
ছলনাময় আকাশৰ ছাঁ‌ত
সুধাৰ সন্ধানত
চুম্বন -অলেখ বিষপাত্ৰ

সুদূৰ প্ৰান্তত
ৰহস্যৰ ইন্দ্ৰজালত
আলোকসজ্জাৰ ঝলমল
পোহৰৰ নিচাত ক্ৰমশঃ
আলিঙ্গন-মৃত্যুৰ হাত।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু