eid spesial dessert



তলত ভিডিওটোত চাৰিটা ৰেচিপি আছে,তাৰে এটা ৰেচিপি লিখি দিছোঁ‌।
সিৰ খুৰমা
উপকৰণ- গাখীৰ ১লি
চেৱাই - ১৫০ গ্ৰাম
ইলাইচি,ড্ৰাই ফ্ৰুইটচ,ঘী,চেনি ,নিমখ,কেশৰ।
প্ৰণালী- প্ৰথমে ড্ৰাই ফ্ৰুইটচ খিনি ঘীত ভাজি লব।তাৰ পিছত সেই পেনতে আৰু ঘী দি চেৱাইখিনি ভাজি লব।এতিয়া গাখীৰখিনি গৰম কৰিব।তাত ইলাইচি আৰু চেনি দিব।উতল আহিলে তাত চেৱাই আৰু ড্ৰাই ফ্ৰুইটচ দি নমাই ৰাখিব।কেশৰ দি গাৰ্ণিশ কৰি পৰিৱেশন কৰিব।
আপোনালোকৰ সুবিধাৰ বাবে তলত বনোৱা ভিডিও লিংকটো দিছোঁ‌ ।ভাল লাগিলে অনুগ্ৰ্হ কৰি ছাবচক্ৰাইব কৰিব।

https://youtu.be/dl1R084tz8U

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)