প্ৰেম

 




প্ৰেম আৰু ঈশ্বৰ

ঈশ্বৰ আৰু প্ৰেম

অনুৰূপ এখন নৈ ,

প্ৰেম  ঈশ্বৰৰ

দৰেই শক্তিশালি

দৃষ্টিগোচৰ নহলেও

হৃদয়ত ঘৰ সাজি

অনুভৱৰ পথাৰত

ডাঙৰি বান্ধি ফুৰে ,

প্ৰেম আৰু ঈশ্বৰ

অনুৰূপ এটি সূৰ্য

প্ৰেমে বুকুত জুই

একুঁ‌ৰা জ্বলাই দি

ফিৰিঙতি  বিচাৰি ফুৰে

ঠিক যিদৰে ঈশ্বৰে দুখ দি

প্ৰাৰ্থনাৰ দাবী কৰে   ।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)