সুস্থ চিন্তা

 ১আপোনাৰ মনৰ শক্তিক সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰিব পাৰিলেহে আপুনি সুখী জীৱনৰ সন্ধানত সফল হ'ব পাৰিব।অন্যথায় নোৱাৰে।-ট্ৰেমেন কেপট

২খুব বেছি চিন্তা কৰিলে এটা সাধাৰণ সমস্যাই জটিল ৰূপ ধাৰণ কৰে।এটা ডাঙৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিলে অন্যান্য সৰু সৰু সমস্যাবোৰ সহজেই সমাধান হৈ যায়।- পেট ৰিলে
৩ আপোনাক ব্যতিব্যস্ত কৰা চিন্তাক মনৰ পৰা জোঁ‌কাৰি পেলোৱাৰ চেষ্টা কৰক।দুশ্চিন্তাৰ পৰা মুক্তি লভিবলৈ কোনো সৃজনশীল কামত আত্মনিয়োগ কৰক।-মাইকেল জৰডা

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু